টকিঅ'ত লাভলিনাই উৰুৱালে ত্ৰিৰংগা। আজি অসমীয়াই স্পৰ্শ কৰিলে প্ৰথমটো অলিম্পিক পদক।