Drugs adicted City. USA.Philadelphia is also the birthplace of the United States)।

2 years ago
39

Drugs adicted City.
আমেৰিকাৰ ড্ৰাগছ আসক্ত এখন পুৰণি চহৰ ফিলাডেলফিয়া( Philadelphia# first world heritage of USA.Philadelphia is also the birthplace of the United States)।
ড্ৰাগছে মানুহৰ জীৱন কৰ পৰা কলৈ কেনেকৈ লৈ যায় সেয়া এইখন ভিডিও ৰ পৰা সহজে অনুমান কৰিব পাৰি।
বৰ্তমান অসমৰ বিভিন্ন জিলাবোৰত ড্ৰাগছ আসক্তৰ সংখ্যা যেনেকৈ ক্ৰমান্বয়ে বাঢ়ি আহিব ধৰিছে, ইয়াক যদি তীব্ৰ বাবে প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়াহলে হয়তো 30/40 বছৰৰ পিছত অসমখন ফিলাডেলফিয়া চহৰ খনৰ অৱস্থাই হবগৈ!
বৰ্তমান উজনিৰ মিছিং বসতি প্ৰধান ধেমাজি লখিমপুৰ জিলাবোৰত ড্ৰাগছে তীব্রতৰ বাবে আগ্ৰাসন কৰিব ধৰিছে।

Loading comments...